অসম

assam

By

Published : Nov 4, 2020, 10:34 PM IST

Updated : Nov 5, 2020, 6:07 AM IST

ETV Bharat / state

তৰুণ গগৈৰ আশু আৰোগ্য কামনা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি মাজুলীৰ কমলাবাৰীস্থিত হনুমান মন্দিৰত চাকি জ্বলালে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে ৷ বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্য কিছু উন্নত বুলি জানিব পৰা গৈছে ৷

Former Minister Rajiv Lochan Pegu wishes Tarun Gogoi a speedy recovery
তৰুন গগৈৰ আশু আৰোগ্য কামনা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু

মাজুলী,4নৱেম্বৰ: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি মাজুলীৰ কমলাবাৰীস্থিত হনুমান মন্দিৰত চাকি জ্বলাই অদৃশ্যজনৰ ওচৰত সেৱা ল’লে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু আৰু তেওঁৰ সতীৰ্থ সকলে ৷

উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আক্ৰান্ত হৈছিল মহামাৰী কৰ'ণা ভাইৰাছত ৷ মহামাৰী কৰ'ণাৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে সুস্থ হৈ উঠিছিল ৷ কিন্তু ইয়াৰ পাচতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ বাবে দেওবাৰে নিশা প্ৰায় ১২ বজাত ততাতৈয়াকৈ পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাল ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী কিছু সুস্থ হৈছে বুলি জানিব পৰা গৈছে ৷

অন্য এক খবৰৰ বাবে: চিৰাং আৰক্ষীৰ জালত টেক্টৰ চুৰিৰ বৃহৎ দল

Last Updated : Nov 5, 2020, 6:07 AM IST

ABOUT THE AUTHOR

...view details