মাজুলীৰ ৰাসত এগৰাকী ইটালীৰ মীৰাবাই..
সাত সাগৰ তেৰ নদী পাৰ হৈ অসমলৈ ধপলীয়াই আহিছে ল'পেজ গঞ্জালজ ৷ শৰৎ কালৰ পূৰ্ণিমা ৰাতি স্বচক্ষে ৰাসলীলা উপভোগ কৰিবলৈ সুদূৰ ইটালীৰ পৰা মাজুলীলৈ আহিছে এইগৰাকী বিদেশী মহিলা ৷ এই সন্দৰ্ভত চাওঁক আমাৰ এক বিশেষ প্ৰতিবেদন...
মাজুলী ৰাস চাবলৈ বিদেশীৰ আগমণ