- ফেনীৰ আশংকাত মাজুলী আৰু নিমাতী সংযোগী জলপথ বন্ধ
- দুদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে সকলো ফেৰী সেৱা
- কমলাবাৰীত বান্ধি ৰখা হৈছে ফেৰীসমূহ
- মাজুলীৰ জিলা প্ৰশাসনৰ এই সিদ্ধান্ত
ঘূৰ্ণীবতাহ ফেনীকলৈ তৎপৰ মাজুলী প্ৰশাসন - ফেনী
নিজম মাজুলীৰ ঘাটসমূহ ৷ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ফেৰীৰ চলাচল ৷
![ঘূৰ্ণীবতাহ ফেনীকলৈ তৎপৰ মাজুলী প্ৰশাসন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3186464-thumbnail-3x2-jghjks.jpg)
ফেনীকলৈ তৎপৰ মাজুলী প্ৰশাসন