- মাজুলীৰ ঘাটসমূহত নিমাওমাও পৰিৱেশ
- বন্ধ কৰি দিয়া হৈছে ফেৰী চলাচল
- দুদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে সকলো ফেৰী সেৱা
- ঘূৰ্ণী বতাহ ফেনীৰ বাবে মাজুলীৰ জিলা প্ৰশাসনৰ এই সিদ্ধান্ত ফেনীকলৈ তৎপৰ মাজুলী প্ৰশাসন
বহিঃবিশ্বৰে যোগাযোগ বিছিন্ন মাজুলীৰ - ঘূৰ্ণী বতাহ
ঘূৰ্ণীবতাহ ফেনীকলৈ তৎপৰ মাজুলী প্ৰশাসন ৷ মাজুলীত বন্ধ কৰি দিয়া হৈছে সকলো ফেৰীৰ চলাচল ৷
![বহিঃবিশ্বৰে যোগাযোগ বিছিন্ন মাজুলীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3184903-thumbnail-3x2-gjkh.jpg)
ফেনীকলৈ তৎপৰ মাজুলী প্ৰশাসন