মাজুলী, 28 ডিচেম্বৰ:2000 চনত স্থাপিত হোৱা মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা সোমাবাৰে বিদায় ল'লে 15 গৰাকীকৈ দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ৷ ১২ বছৰে বিদ্যালয় খনত শিক্ষা গ্ৰহণৰ অন্তত সোমবাৰে আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয় আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ লোৱা শিক্ষাৰ্থী সকলক ৷ যাৰ বাবে আৱেগিক হৈ পৰে বিদায়ী শিক্ষাৰ্থী সকলৰ লগতে অভিভাৱক আৰু শিক্ষকসকলো ৷
বনগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা বিদায় ল'লে 15 গৰাকীকৈ শিক্ষাৰ্থীয়ে - বনগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা বিদায় ল'লে 15 গৰাকীকৈ শিক্ষাৰ্থীয়ে
১২ বছৰে মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনত শিক্ষা গ্ৰহণৰ অন্তত সোমবাৰে আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয়, আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ লোৱা শিক্ষাৰ্থী সকলক ৷

বনগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা বিদায় ল'লে 15 গৰাকীকৈ শিক্ষাৰ্থীয়ে