মাজুলী অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি - চিকিৎসক হত্যাৰ প্ৰতিবাদ
মাজুলী গড়মূৰ মহকুমা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৷ চিকিৎসক হত্যাৰ প্ৰতিবাদৰ মাজতে মাজুলীত পুনৰ চিকিৎসকক প্ৰহাৰৰ চেষ্টা ৷
মাজুলী অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি
মাজুলী,3 ছেপ্টেম্বৰঃ
- মাজুলী গড়মূৰ মহকুমা অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি
- চিকিৎসক হত্যাৰ প্ৰতিবাদৰ মাজতে মাজুলীত পুনৰ চিকিৎসকক প্ৰহাৰৰ চেষ্টা
- ৰোগীৰ আত্মীয়ই প্ৰহাৰ কৰিবলৈ উদ্যত হয় চিকিৎসকক
- তাৰপিচতে চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়
Last Updated : Sep 9, 2019, 2:38 PM IST