অসম

assam

By

Published : Dec 4, 2020, 9:39 PM IST

ETV Bharat / state

দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণৰ পিচতে মাজুলীত আবতৰীয়া দীপাৱলী

মাজুলীত আবতৰীয়া দীপাৱলী উদযাপন ৷ মাজুলী-নিমাত দলঙৰ ডি.পি.আৰ প্রস্তুতৰ পিচত দলঙৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচতে আনন্দত আত্মহাৰা মাজুলীবাসী ৷

decided-to-accept-the-tender-for-the-construction-of-the-bridge
দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণৰ পিচতে মাজুলীত আবতৰীয়া দীপাৱলী

মাজুলী, 4 ডিচেম্বৰ :শীঘ্ৰে বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে মাজুলীবাসীৰ এক দীৰ্ঘদিনীয় সপোন ৷ কিয়নো মাজুলী-নিমাত দলঙৰ ডি.পি.আৰ প্রস্তুতৰ পিচত দলঙৰ নিৰ্মাণৰ নিবিডা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগে ৷ যাৰ বাবে শুকুৰবাৰে মাজুলীবাসীয়ে আনন্দত আত্মহাৰা হৈ আবতৰীয়া দীপাৱলী উদযাপন কৰিলে ৷

স্থানীয় ৰাইজৰ মন্তব্য

ইফালে, মাজুলীবাসীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰি দীৰ্ঘদিনীয়া সপোন বাস্তৱত ৰূপায়িত হ'বলৈ গৈ থকা বুলি মন্তব্য প্ৰদান কৰিলে ৷

লগতে পঢ়ক :ডিব্ৰুগড়ৰ ৰাংলিটিং চাহ বাগিচাত পঁকী দেৱাল খহি শিশুৰ মৃত্যু

ABOUT THE AUTHOR

...view details