মাজুলী, 24 মাৰ্চ: বুধবাৰে সন্ধিয়া মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মাজুলীত দুখনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাচতে সত্ৰ খনত উপস্থিতহৈ সত্ৰৰ কীৰ্তনঘৰ, আতাগৃহত সেৱা লয়। মুখ্যমন্ত্ৰী সোণোৱালে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ লগত মতবিনিময় কৰাৰ লগতে পদ্মশ্ৰী সন্মান লাভ কৰা গোপীৰাম বৰগায়ন দেৱৰ ওচৰতো সেৱা গ্ৰহণ কৰে।
উত্তৰ কমলাবাৰী সত্ৰত সেৱা ল'লে মুখ্যমন্ত্ৰী সোনোৱালে - উত্তৰ কমলাবাৰী সত্ৰ
মাজুলীত দুখনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাচতে বুধবাৰে সন্ধিয়া মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ লগত মতবিনিময় কৰাৰ লগতে পদ্মশ্ৰী সন্মান লাভ কৰা গোপীৰাম বৰগায়ন দেৱৰ ওচৰতো সেৱা গ্ৰহণ কৰে।

উত্তৰ কমলাবাৰী সত্ৰত সেৱা ল'লে মুখ্যমন্ত্ৰী সোনোৱালে
উত্তৰ কমলাবাৰী সত্ৰত সেৱা ল'লে মুখ্যমন্ত্ৰী সোনোৱালে
উল্লেখ্য যে, সত্ৰখনৰ কন কন শিশু বৈষ্ণৱ সকলৰ লগত ফটো তোলে মুখ্যমন্ত্ৰী গৰাকীয়ে । বৈষ্ণৱ সকলেও মুখ্যমন্ত্ৰী গৰাকীক কাষতে পাই আনন্দত আত্মাহাৰা হৈ পৰে ৷
লগতে পঢ়ক:অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ ৰেলীত মেধা পাটকাৰ
Last Updated : Mar 24, 2021, 10:24 PM IST