ETV Bharat / state
মাজুলীৰ পৰা বাংলাদেশলৈ গো-ধন সৰবৰাহ: গৰুসহ আটক চোৰাং সৰবৰাহকাৰী - মাজুলীৰ পৰা বাংলাদেশলৈ গো ধন সৰবৰাহ
বাংলাদেশলৈ গো সৰবৰাহ ৷ এইবাৰ মাজুলীৰ পৰা গৰুসহ আটক গৰুৰ চোৰাং সৰবৰাহকাৰী (Smugglers arrested in Majuli) ৷ মাজুলী জেংৰাইমুখ থানাৰ অন্তৰ্গত জেংৰাইমুখ বালিচাপৰি ঘাটৰ পৰা দেওবাৰে আটক কৰে সৰবৰাহকাৰীকেইটাক ৷ জেংৰাইমুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ কুমাৰ চুতীয়াৰ নেতৃত্বত চলিছিল এই অভিযান (Cattle seized in Majuli) ৷
![মাজুলীৰ পৰা বাংলাদেশলৈ গো-ধন সৰবৰাহ: গৰুসহ আটক চোৰাং সৰবৰাহকাৰী Cattle Smugglers arrested in Majuli](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16473917-thumbnail-3x2-fgh.jpg)
মাজুলীৰ পৰা গৰুসহ আটক গৰুৰ চোৰাং সৰবৰাহকাৰী
By
Published : Sep 26, 2022, 9:13 AM IST
| Updated : Sep 26, 2022, 6:32 PM IST
- এইবাৰ মাজুলীৰ পৰা বাংলাদেশলৈ গো সৰবৰাহৰ ঘটনা
- মাজুলীৰ পৰা গৰুসহ আটক গৰুৰ চোৰাং সৰবৰাহকাৰী (Smugglers arrested in Majuli)
- জেংৰাইমুখ থানাৰ অন্তৰ্গত জেংৰাইমুখ বালিচাপৰি ঘাটৰ পৰা দেওবাৰে আটক তিনিসৰবৰাহকাৰীক
- জেংৰাইমুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ কুমাৰ চুতীয়াৰ নেতৃত্বত চলিছিল অভিযান (Cattle seized in Majuli)
মাজুলীৰ পৰা বাংলাদেশলৈ গো-ধন সৰবৰাহ: গৰুসহ আটক চোৰাং সৰবৰাহকাৰী
- অভিযান কালত ৰচিদ বিহীন 30 তাতকৈ অধিক গৰু জব্দ কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ
- জানিব পৰা মতে বৃহৎ পৰিমানৰ গো-ধনসমূহ গোগামুখৰ পৰা আনিছিল মাজুলীলৈ
- এই গো-ধনসমূহ অবৈধভাৱে বিভিন্ন সময়ত সৰবৰাহকাৰীয়ে বাংলাদেশলৈ প্ৰেৰণ কৰি আহিছে বুলি জনাই আৰক্ষীয়ে
Last Updated : Sep 26, 2022, 6:32 PM IST