শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ দৌল উৎসৱৰ সামৰণি - শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰ
দক্ষিণপাট সত্ৰৰ ৩৬৫ বছৰীয়া পৰম্পৰা দৌল উৎসৱৰ বৃহস্পতিবাৰে বিয়লি সামৰণি পৰে
![শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ দৌল উৎসৱৰ সামৰণি](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2770711-914-c29adb47-7728-49f5-9ce0-e23c4fc2a038.jpg)
শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ দৌল উৎসৱৰ সামৰণি
মাজুলি, 22 মাৰ্চঃ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে সত্ৰ নগৰী মাজুলীটো উলহ মালহে দৌল উৎসৱ উদযাপন কৰা হ'ল । শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত প্ৰতি বছৰে তিনি দিনীয়াকৈ পালন কৰি আহিছে দৌল উৎসৱ ।
শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ দৌল উৎসৱৰ সামৰণি