অসম

assam

ETV Bharat / state

মাজুলীৰ জেঙৰাই চাপৰিত উদ্ধাৰ মৃত নৱজাতক - in majuli rescued a dead newborn baby

শনিবাৰে পুৱা মাজুলীত উদ্ধাৰ এটা মৃত নৱজাতক ৷

মাজুলীৰ জেঙৰাই চাপৰিত উদ্ধাৰ মৃত নৱজাতক
মাজুলীৰ জেঙৰাই চাপৰিত উদ্ধাৰ মৃত নৱজাতক

By

Published : Jun 12, 2021, 11:20 AM IST

মাজুলী, 12 জুন: মাজুলীত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা ৷ শনিবাৰে পুৱা মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত জেংৰাই চাপৰিত উদ্ধাৰ হৈছে এটা মৃত নৱজাতক ৷

মাজুলীৰ জেংৰাই চাপৰিত উদ্ধাৰ মৃত নৱজাতক

প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে পুৱা প্ৰায় 4 বজাত মাজুলীৰ এগৰাকী স্থানীয় মহিলাই ৰাষ্টাত প্ৰত্যক্ষ কৰে মৃত নৱজাতকটিক ৷ কোনো দুষ্ট প্ৰকৃতিৰ লোকে নৱজাতকটি ৰাষ্টাৰ মাজত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ এই ঘটনা সন্দৰ্ভত গাঁওবুঢ়া আৰু আৰক্ষীক খবৰ দিয়া হৈছে ৷ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নৱজাতকটি কাৰ সেই সম্পৰ্কে জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক:চাপৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ বিলাতী সুৰা জব্দ

For All Latest Updates

TAGGED:

Majuli

ABOUT THE AUTHOR

...view details