- পাঁচটাকৈ গঁড়ৰ মুক্ত বিচৰণ মাজুলীৰ ভিন্ন চাপৰিত(Rhino terror in Majuli)
- পগলা চাপৰিত ১ টা, মচুৱা চাপৰিত তিনিটা আৰু দক্ষিণ আঁহতগুৰিত ১ টা গঁড়ৰ মুক্ত বিচৰণ
- কাজিৰঙাৰ পৰা গঁড় পাঁচটা ওলাই অহাৰ সন্দেহ(Kaziranga national park)
- গঁড়ৰ মুক্ত বিচৰণত আতংকৰ সৃষ্টি নামনি মাজুলী আৰু দক্ষিণ মাজুলীত(Rhino roams in Majuli)
- ডেৰ মাহে বন বিভাগে খেদি পঠিয়াব পৰা নাই মাজুলীৰ চাপৰিত আশ্ৰয় লোৱা গঁড় কেইটাক