দ খাৱৈত বাছ বাগৰি 7 আইটিবিপি জোৱানৰ মৃত্যু
অমৰনাথ যাত্ৰাৰ দায়িত্বৰ পৰা উভতি অহাৰ পথতেই মঙলবাৰে চন্দনৱাৰী আৰু পেহেলগামৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ ৷ এই ভয়ংকৰ দুৰ্ঘটনাত 7 জন আই টি বি পিৰ জোৱান থিতাতে নিহত হয় ৷ লগতে 10 জন জোৱান গুৰুতৰভাৱে আহত হোৱাৰ তথ্য পোৱা গৈছে (Bus falls into gorge in Pahalgam) ৷
ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত শোক দিৱস পালন
ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা উৎকৰ্ষ সাধন কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় শোক দিৱস (Mourning Day by Dhemaji Administration) ৷ বোমা বিস্ফোৰণত নিহতসকলৰ প্ৰতিচ্ছবি তথা আৰু প্ৰতিকৃতিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনেৰে আৰম্ভণি হোৱা অনুষ্ঠানটোত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে সংকল্প বাক্য পাঠ কৰা হয় ।
জনতা ভৱনত মঙলবাৰৰ দুপৰীয়ালৈকে উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা
চৰকাৰে পতাকা উত্তোলন তথা উৰুৱাই ৰখাত যিমান গুৰুত্ব দিলে সিমান গুৰুত্ব পতাকাখন নমাই ৰখাত নিদিলে । যাৰ পৰিপ্ৰেক্ষিতত ১৬ আগষ্টতো বহু অঞ্চলত উৰি থাকিল জাতীয় পতাকা । আনতো বাদেই, স্বয়ং চৰকাৰৰ ঘৰখনতেই মঙলবাৰেও উৰি থাকিল জাতীয় পতাকা(National flag continued to fly at Janata Bhawan on Tuesday)।
পাৰিবাৰিক সংঘাতত নিঃশেষ হ'ল নৱবিবাহিত দম্পতিৰ সপোনৰ ঘৰ
দ পুখুৰীৰ পানীত পৰা সুৰভিক উদ্ধাৰ কৰিবলৈ কমল দাসেও পানীত জাঁপ দিয়ে যদিও সাঁতুৰিব নজনাৰ ফলত দুয়োৰে পানীত ডুব গৈ মৃত্যু হয় (husband and wife death at Sonari in Charaideo)।
FIFA ই AIFF ক নিলম্বন কৰাৰ বাবে কেনে প্ৰভাৱ পৰিব ভাৰতীয় ক্ৰীড়াত
ভাৰতৰ 76 সংখ্যক স্বাধীনতা দিৱসৰ মাজনিশা FIFA ই AIFF ক নিলম্বন কৰাৰ লগে লগে এই নিষেধাজ্ঞাই কেনে প্ৰভাৱ পেলালে তাৰ এক বিশদ বিৱৰণ আগবঢ়োৱা হ’ল (FIFA suspends AIFF timeline) ৷