আৰক্ষীৰ জালত গভাইত চোৰ - THIEF ARREST
স্থানীয় ৰাইজৰ লগতে আৰক্ষীকো সৰিয়হ ফুল দেখুৱাইছিল আহিছিল চোৰৰ দলটোৱে
![আৰক্ষীৰ জালত গভাইত চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4351922-thumbnail-3x2-ll.jpg)
আৰক্ষীৰ জালত গভাইত চোৰ
আৰক্ষীৰ জালত গভাইত চোৰ
লখিমপুৰ,৯ ছেপ্তেম্বৰঃলখিমপুৰ জিলাৰ বিহপুৰীয়াৰ আৰক্ষীৰ জালত গভাইত চোৰৰ দল । বিগত এটা মাহে এই চোৰৰ দলটোৱে সংঘটিত কৰিছিল বিভিন্ন চুৰি কাণ্ড । আটকাধীন চোৰ কেইটা হৈছে ক্ৰমে বিহপুৰীয়াৰ চিচিপথাৰৰ পুৰন্দৰ চেতিয়া,গোঁসাইচুকৰ প্ৰাঞ্জল বৰা আৰু জয়ন্ত বৰা । অধিন তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা । ধৃত এই তিনিটা চোৰৰ সৈতে এটা বৃহৎ গেং জৰিত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।