অসম

assam

ETV Bharat / state

শিল বৰষুণৰ ফলত নাৰায়ণপুৰত বিষ্টৰ ক্ষতি সাধন - Strom damage dispersion in Narayanpur

পুৱাতে এজাক শিল বৰষুণে ধুই গ'ল নাৰায়ণপুৰবাসীক ৷ জানিব পৰা মতে শিল বৰষুণ জাকে নাৰায়ণপুৰৰ দ্ৰোৰপাঙ, পুলিনাহৰণী, ভোলাবৰি, ৰবৰচাপৰি, আমগুৰিকে দৰি কেইবাটাও অঞ্চলত বিষ্টৰ ক্ষতি সাধন কৰে ৷

শিল বৰষুণৰ ফলত নাৰায়ণপুৰত বিষ্টৰ ক্ষতি সাধন
শিল বৰষুণৰ ফলত নাৰায়ণপুৰত বিষ্টৰ ক্ষতি সাধন

By

Published : Apr 13, 2021, 12:43 PM IST

নাৰায়মপুৰ, 13 এপ্ৰিল : পুৱাতে এজাক শিল বৰষুণে ধুই গ'ল নাৰায়ণপুৰবাসীক ৷ জানিবপৰা মতে শিল বৰষুণ জাকে নাৰায়ণপুৰৰ দ্ৰোৰপাঙ, পুলিনাহৰণী, ভোলাবৰি, ৰবৰচাপৰি, আমগুৰিকে দৰি কেইবাটাও অঞ্চলত বিষ্টৰ ক্ষতি সাধন কৰে ৷

শিল বৰষুণৰ ফলত নাৰায়ণপুৰত বিষ্টৰ ক্ষতি সাধন

স্থানীয় লোকে সদৰি কৰা মতে, ধাৰাসাৰ শিল বৰষুণে বহু লোকৰ ঘৰৰ চালি ফুটা কৰাৰ লগতে কৃষক সকলৰ খেতি পথাৰতো বিষ্টৰ ক্ষতি সাধন কৰে ৷ উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে এনে এজাক প্ৰচণ্ড শিল বৰষুণৰ সন্মুখীন হ'ল নাৰায়ণপুৰবাসী ৷

৷লগতে পঢ়ক: অসমৰ মাটিত দুই কিলোমিটাৰ পথ নিৰ্মাণ মিজো আগ্ৰাসনকাৰীৰ

ABOUT THE AUTHOR

...view details