নাৰায়মপুৰ, 13 এপ্ৰিল : পুৱাতে এজাক শিল বৰষুণে ধুই গ'ল নাৰায়ণপুৰবাসীক ৷ জানিবপৰা মতে শিল বৰষুণ জাকে নাৰায়ণপুৰৰ দ্ৰোৰপাঙ, পুলিনাহৰণী, ভোলাবৰি, ৰবৰচাপৰি, আমগুৰিকে দৰি কেইবাটাও অঞ্চলত বিষ্টৰ ক্ষতি সাধন কৰে ৷
শিল বৰষুণৰ ফলত নাৰায়ণপুৰত বিষ্টৰ ক্ষতি সাধন - Strom damage dispersion in Narayanpur
পুৱাতে এজাক শিল বৰষুণে ধুই গ'ল নাৰায়ণপুৰবাসীক ৷ জানিব পৰা মতে শিল বৰষুণ জাকে নাৰায়ণপুৰৰ দ্ৰোৰপাঙ, পুলিনাহৰণী, ভোলাবৰি, ৰবৰচাপৰি, আমগুৰিকে দৰি কেইবাটাও অঞ্চলত বিষ্টৰ ক্ষতি সাধন কৰে ৷

শিল বৰষুণৰ ফলত নাৰায়ণপুৰত বিষ্টৰ ক্ষতি সাধন
শিল বৰষুণৰ ফলত নাৰায়ণপুৰত বিষ্টৰ ক্ষতি সাধন
স্থানীয় লোকে সদৰি কৰা মতে, ধাৰাসাৰ শিল বৰষুণে বহু লোকৰ ঘৰৰ চালি ফুটা কৰাৰ লগতে কৃষক সকলৰ খেতি পথাৰতো বিষ্টৰ ক্ষতি সাধন কৰে ৷ উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে এনে এজাক প্ৰচণ্ড শিল বৰষুণৰ সন্মুখীন হ'ল নাৰায়ণপুৰবাসী ৷
৷লগতে পঢ়ক: অসমৰ মাটিত দুই কিলোমিটাৰ পথ নিৰ্মাণ মিজো আগ্ৰাসনকাৰীৰ