বিহপুৰীয়া, 8 জানুৱাৰী:নাৰায়ণপুৰত মানৱতাক লজ্জানত কৰিছে এজন পুত্ৰই ৷ নাৰায়ণপুৰৰ শিমলুগুৰি গাঁৱৰ নিতু গগৈ নামৰ যুৱক এজনে হত্যা কৰিলে মাতৃক ৷
নাৰায়ণপুৰত পুত্ৰই হত্যা কৰিলে মাতৃক - নাৰায়ণপুৰ
নাৰায়ণপুৰৰ শিমলুগুৰি গাঁৱৰ নিতু গগৈ নামৰ যুৱক এজনে মৰিয়াই মৰিয়াই হত্যা কৰিলে মাতৃ কুঞ্জ গগৈ (50) ক ৷ সম্প্ৰতি শিমলুগুৰি আৰক্ষী জালত হত্যাকাৰী পুত্ৰ ৷

নাৰায়ণপুৰত পুত্ৰই হত্যা কৰিলে মাতৃক
নাৰায়ণপুৰত পুত্ৰই হত্যা কৰিলে মাতৃক
বৃহস্পতিবাৰে নিশা প্ৰায় 11 বজাত মাতৃ কুঞ্জ গগৈ (50) য়ে পুত্ৰ নিতু গগৈক ভাত খাবলৈ মাতিছিল ৷ তাৰ পাচতেই পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰে নিজ মাতৃক ৷ মাতৃ হত্যাকাৰী যুৱকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে শিমলুগুৰি আৰক্ষীয়ে ৷