অসম

assam

ETV Bharat / state

আজি জগতগুৰু শংকৰদেৱৰ তিৰোভাৱ তিথি - বিহপুৰীয়া

দেওবাৰে মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ লগতে নাৰায়ণপুৰৰ বিভিন্ন সত্ৰ-নামঘৰত উদযাপন কৰা হয় শ্ৰীমন্ত শংকৰ দেৱৰ ৪৫০ সংখ্যক তিৰোভাৱ তিথি ৷

আজি জগতগুৰু শংকৰদেৱৰ তিৰোভাৱ তিথি

By

Published : Sep 1, 2019, 11:57 AM IST

বিহপুৰীয়া, 1 ছেপ্টেম্বৰঃ আজি মহাপুৰুষ শংকৰদেৱৰ ৪৫০ সংখ্যক তিৰোভাৱ তিথি ৷ গুৰুজনাৰ প্ৰিয় শিষ্য মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ লগতে নাৰায়ণপুৰৰ বিভিন্ন সত্ৰ-নামঘৰত উদযাপন কৰা হৈছে তিৰোভাৱ তিথি ৷

আজি জগতগুৰু শংকৰদেৱৰ তিৰোভাৱ তিথি

শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগৰ থলী ধূৱাহাট বেলগুৰি সত্ৰতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে পবিত্ৰ তিৰোভাৱ তিথি ৷ সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে ধূৱাহাট বেলগুৰি সত্ৰত পুৱাৰে পৰা ভকত -বৈষ্ণৱৰ গুৰু বন্দনা মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

...view details