ঢকুৱাখনা,২২ এপ্ৰিলঃ ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ উদ্যোগত দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সাধনী দিৱস । পুৱা চাফাই, বৃক্ষ ৰোপন আৰু পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছত দেও কুৱেৰ পূজা,সাহিত্য প্ৰতিযোগিতা আৰু আলোচনা চক্ৰ অনুষ্ঠিত হয় ।
ঢকুৱাখনাত সাধনী দিৱস উদযাপন - বৃক্ষ ৰোপন
সোমবাৰে সামৰণী পৰিব সাধনী দিৱস উদযাপনৰ কাৰ্যসূচী

ঢকুৱাখনাত সাধনী দিৱস উদযাপন
ঢকুৱাখনাত সাধনী দিৱস উদযাপন
সোমবাৰে সাংস্কৃতিক শোভাযাত্ৰা আৰু মুকলি সভাৰ পাচতে নিশা সাংস্কৃতিক অনুষ্ঠানেৰে অন্ত পৰিব সাধনী দিৱস উদযাপনৰ কাৰ্যসূচী। সভাত উপস্থিত থাকিব স্থানীয় বিধায়ক নৱ কুমাৰ দলে আৰু মহকুমাধিপতি।