লখিমপুৰ, ২৬ ফেব্ৰুৱাৰীঃলখিমপুৰ জিলাত মঙলবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণকৰে। অৰুণাচল সংযোগী দিৰ্জু -কিমিন পথ অৱৰোধ কাৰ্যসূচীৰে ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে।
লখিমপুৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী - লখিমপুৰ
অৰুণাচল সংযোগী দিৰ্জু -কিমিন পথ অৱৰোধ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী
আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী
ট্ৰাইবেলবেল্টৰ মাটি ত্ৰাইবেলৰ কাৰণে সুৰক্ষিত কৰি ৰখা আৰু ট্ৰাইবেলবেল্টৰদখলীকৃত মাটিত উচ্ছেদ চলোৱাৰ দাবীতেই আদিবাসী ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে এই পথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ণ কৰে ।