অসম

assam

By

Published : Sep 24, 2020, 2:17 PM IST

ETV Bharat / state

যুৱকৰ মৃত্যুক লৈ নাৰায়ণপুৰত চাঞ্চল্য

নাৰায়ণপুৰৰ মধুপুৰত অৰ্ধমৃত অৱস্থাত উদ্ধাৰ হৈছে এজন লোক ৷ নিশা ঘৰৰ পৰা ওলাই যোৱা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে বৰ্তমানো এয়া হত্যাকাণ্ড নে আত্মহত্যা জানিব পৰা হোৱা নাই ।

যুৱকৰ মৃত্যুক লৈ নাৰায়ণপুৰত চাঞ্চল্য
যুৱকৰ মৃত্যুক লৈ নাৰায়ণপুৰত চাঞ্চল্য

নাৰায়ণপুৰ, 24 ছেপ্টেম্বৰ :নাৰায়ণপুৰৰ মধুপুৰত অৰ্ধমৃত অৱস্থাত উদ্ধাৰ হৈছে এজন লোক ৷ স্থানীয় ক্ষীৰেশ্বৰ শইকীয়া নামৰ ব্যক্তি এজনৰ গোহালিত উদ্ধাৰ হয় অৰ্ধমৃত দেহটো । লোকজনক জান শইকীয়া বুলি চিনাক্ত কৰা হৈছে । ইপিনে পৰিয়ালৰ লোকে ঘৰলৈ আনি থকা অৱস্থাত পথতে মৃত্যু হয় লোকজনৰ ।

যুৱকৰ মৃত্যুক লৈ নাৰায়ণপুৰত চাঞ্চল্য

দুটি সন্তানৰ পিতৃ লোক জনৰ দেহৰ বিভিন্ন অংশত আঘাতৰ চিন পোৱা গৈছে ৷ ইপিনে পৰিয়ালৰ লোকে নিশা ঘৰৰ পৰা ওলাই য়োৱা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে বৰ্তমানো এয়া হত্যাকাণ্ড নে আত্মহত্যা জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক :উৎকোচ লৈ গ্ৰেপ্তাৰ ধুবুৰীৰ দুই আৰক্ষী বিষয়া

ABOUT THE AUTHOR

...view details