অসম

assam

ETV Bharat / state

ৰঙানদী আৰু কাকৈ নৈৰ বাঢ়নি পানীত বুৰিল লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল - লখিমপুৰ বানপানী বাতৰি

ৰঙানদী আৰু কাকৈ নৈৰ বাঢ়নি পানীয়ে বুৰালে লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল । বাঢ়নি পানীয়ে বুৰাই পেলায় কদমীয়াল বঙালী, ২ নং পুঠিমাৰী, বালিগাঁৱৰ উপৰিও কেইবাখনো গাঁও ।

Ranganadi and Kakoi river flood effected several areas of Lakhimpur
ৰঙানদী আৰু কাকৈ নৈৰ বাঢ়নি পানীয়ে বুৰালে লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল

By

Published : May 26, 2020, 7:05 PM IST

লখিমপুৰ,26 মেঃ মুষলধাৰ বৰষুণৰ ফলত জলমগ্ন লখিমপুৰ জিলাৰ কেইবাখনো গাঁও । ধাৰাষাৰ বৃষ্টিৰ ফলত ৰঙানদী আৰু কাকৈ নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলায় কদমীয়াল বঙালী, ২ নং পুঠিমাৰী, বালিগাঁৱৰ উপৰিও কেইবাখনো গাঁও ।

বানত বুৰিল লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল

উল্লেখ্য যে, বিগত কেইবা বছৰে বানপানীয়ে কাকৈ নৈৰ নৈপৰীয়া ৰাইজক দুৰ্ভোগ ভোগাই আহিছে যদিও এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে । যাৰ বাবে এতিয়া বাৰিষাৰ প্ৰথমটো বানতে বুৰ গৈছে কাকৈ নৈপৰীয়া বিস্তীৰ্ণ অঞ্চল ।

লগতে পঢ়ক-সোণোৱাল কেবিনেটৰ বৈঠক, কোভিড-19 আৰু বানপানীৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details