অসম

assam

By

Published : Jan 6, 2020, 2:52 PM IST

ETV Bharat / state

নৱ দলে আৰু প্ৰদান বৰুৱাক ক’লা পতাকা প্ৰদৰ্শন প্ৰতিবাদকাৰীৰ

লখিমপুৰৰ আৱৰ্ত ভৱনৰ পৰা ৰঙানদীৰ পাৰলৈ যাবলৈ লওতেই আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে মন্ত্ৰী নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাক ক’লা পতাকা দেখুৱাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ নৱ দলে আৰু প্ৰদান বৰুৱাৰ বাহন দুখনো আগভেটি ধৰে প্ৰতিবাদকাৰী সকলে ৷

protesters shows black flag to Naba Doley and Pradan Barooah
নৱ দলে আৰু প্ৰদান বৰুৱাক ক’লা পতাকা প্ৰদৰ্শন প্ৰতিবাদকাৰীৰ

লখিমপুৰ,6 জানুৱাৰীঃ সোমবাৰে পুৱাৰ ভাগতে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’ল মন্ত্ৰী নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱা ৷ লখিমপুৰৰ আৱৰ্ত ভৱনৰ পৰা ৰঙানদীৰ পাৰলৈ যাবলৈ লওতেই আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে দুয়োগৰাকী নেতাকে ক’লা পতাকা প্ৰদৰ্শন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ নৱ দলে আৰু প্ৰদান বৰুৱাৰ বাহন দুখনো আগভেটি ধৰে প্ৰতিবাদকাৰী সকলে ৷ আৰক্ষী -নিৰাপত্তা বাহিনীৰ বাধা অতিক্ৰম কৰিও প্ৰতিবাদ অব্যাহত ৰাখে কৰ্মীসকলে ৷ আনহাতে, বাটতে প্ৰতিবাদৰ সন্মুখীন হৈ দুয়োগৰাকী নেতাই বনভোজস্থলী পোৱাৰ পূৰ্বেই উভতি আহে ৷

নৱ দলে আৰু প্ৰদান বৰুৱাক ক’লা পতাকা প্ৰদৰ্শন প্ৰতিবাদকাৰীৰ

ABOUT THE AUTHOR

...view details