অসম

assam

By

Published : Sep 27, 2020, 7:42 PM IST

ETV Bharat / state

নাওবৈচাত কৃষি আইনৰ বিৰোধিতাৰে কৃষক মুক্তিৰ প্ৰতিবাদ

কৃষক আইনৰ বিৰোধিতাৰে দেওবাৰে নাওবৈচাৰ পাভত প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

কৃষি আইনৰ বিৰোধিতা
কৃষি আইনৰ বিৰোধিতা

নাওবৈচা, 27 ছেপ্তেম্বৰ: নাওবৈচাত কৃষক আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ দেওবাৰে নাওবৈচাৰ পাভত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি যিকোনো মূল্যৰ বিনিময়ত এই আইন বাতিল কৰিবলৈ দাবী জনায় চৰকাৰক ৷ অন্যথা আগন্তুক সময়ত সংগঠনটোৱে ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

নাওবৈচাত কৃষি আইনৰ বিৰোধিতাৰে কৃষক মুক্তিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details