লখিমপুৰ, ৩ জুন :বুধবাৰে লখিমপুৰত পুনৰ এগৰাকী চিকিৎসকৰ দেহত কভিড-১৯ ৰ উপস্থিতি ধৰা পৰে। আক্ৰান্ত হোৱা লোকজন এগৰাকী চিকিৎসক বুলি জানিব পৰা গৈছে। লখিমপুৰৰ OPD কলেজৰ কোৱাৰেন্টাইন চেন্টাৰত তত্বাবধায়ক আছিল চিকিৎসক গৰাকী । সম্প্ৰতি উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত আছুতীয়াকৈ ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে লোকজনক ।
লখিমপুৰত কভিড-১৯ত আক্ৰান্ত চিকিৎসক - কোৱাৰেন্টাইন চেন্টাৰ
লখিমপুৰত বুধবাৰে এগৰাকী চিকিৎসক কভিড-১৯ ত আক্ৰান্ত হয় । আক্ৰান্ত লোকজনে দীৰ্ঘদিনৰ পৰা কোৱাৰেন্টাইন চেন্টাৰৰ তত্বাবধানত আছিল।
![লখিমপুৰত কভিড-১৯ত আক্ৰান্ত চিকিৎসক One more coronan patient in lakhimpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-08:22-as-nlp-doctor-covid19-7204036-03062020195038-0306f-1591194038-4.jpg)
লখিমপুৰত কভিড-১৯ত আক্ৰান্ত চিকিৎসক