চুলাই সেৱন কৰি এজনৰ মৃত্যু - চুলাই সেৱন
লখিমপুৰত প্ৰায় ৩০ বছৰীয়া ৰমেন চাহু নামৰ লোকজন চুলাই সেৱন কৰি মৃত্যুমুখত পৰিছে।

চুলাই সেৱন কৰি এজনৰ মৃত্যু
লখিমপুৰ, ৪ মেঃ লখিমপুৰ লালুক থানাৰ অন্তৰ্গত কাছজুলিত চুলাই সেৱন কৰি এজন লোকৰ মৃত্যু হৈছে । মৃত লোকজন প্ৰায় ৩০ বছৰীয়া ৰমেন চাহু বুলি জানিব পৰা গৈছে ।