নাওবৈচা,18 মাৰ্চ: ইতিমধ্যে অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ ১১০ নং নাওবৈচা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্রতৰ হৈ পৰিছে । বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে তুংগত কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ।
কাক ভোট দিব চাহ শ্ৰমিকসকলে ? - ডিজু চাহ বাগিচা
নাওবৈচাত নিৰ্বাচনৰ গৰম নির্বাচনী গৰম বতাহ ৷ সমষ্টিৰ অধীনষ্ঠ চাহ বাগিচাৰ শ্ৰমিকসকলে কাক ভোট দিব !
কাক ভোট দিব চাহ শ্ৰমিকসকলে ?
সমষ্টিটোৰ এইবাৰ চাহ বাগিচাৰ লোকসকলে কাক ভোট দিব । পাৰ্টি নে প্ৰাৰ্থীক ? এইখন চৰকাৰৰ পৰা কি পালে কি নাপালে ? নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ৰাজনৈতিক নেতাসকলে কেনে ধৰণৰ ৰাজনীতি কৰে । সকলো সামৰি নাওবৈচাৰ ডিজু চাহ বাগিচাৰ পৰা নিতুল বৰাৰ এক বিশেষ প্ৰতিবেদন-
লগতে পঢ়ক:প্ৰাৰ্থিত্বৰ আশাত হেৰুৱালে চাকৰি, কোন এই বিশেষ প্ৰাৰ্থী ?