অসম

assam

ETV Bharat / state

লখিমপুৰত আছুৰ প্ৰতিবাদ - undefined

নিযুক্তি প্ৰক্ৰিয়াত হোৱা দুৰ্নীতিৰ তদন্ত  ক্ষীপ্ৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাই । দোষীক উচিত শাস্তি দিয়াৰ লগতে উপযুক্ত প্ৰাৰ্থীক ন্যায় প্ৰদানৰ দাবীৰে আছুৱে ৰাজ্যজুৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

HJ,J

By

Published : Mar 20, 2019, 2:07 PM IST

লখিমপুৰ, ২০ মাৰ্চ: পঞ্চায়ত-গ্ৰামোন্নয়ন আৰু জনসংযোগ বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে লখিমপুৰত আছুৰ অৱস্থান ধৰ্মঘট ।

VIDEO
নিযুক্তি প্ৰক্ৰিয়াত হোৱা দুৰ্নীতিৰ তদন্ত ক্ষীপ্ৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাই। দোষীক উচিত শাস্তি দিয়াৰ লগতে উপযুক্ত প্ৰাৰ্থীকন্যায় প্ৰদানৰ দাবীৰে আছুৱে ৰাজ্যজুৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details