সাৱধান ! ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি - উজনি অসম
বানত বুৰিব পাৰে উজনি অসম, প্ৰতি ছেকেণ্ডত ৪০৪.৪ঘন মিটাৰ পানী এৰিছে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা
সাবধান! ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি
লখিমপুৰ, 8 জুলাইঃ
- ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি
- প্ৰতি ছেকেণ্ডত ৪০৪.৪ঘন মিটাৰ পানী এৰিছে প্ৰকল্পটোৰ পৰা
- বিয়লি ৩ বজাত এৰা হৈছে বান্ধৰ পানী
- লখিমপুৰ জিলা প্ৰশাসনৰ সতৰ্কীকৰণ
- চাইৰেন বজাই নৈ পৰীয়া এলেকাৰ লোকক সতৰ্ক কৰিছে
- প্ৰকল্পৰ ৪ নং গেটেৰে এৰা হৈছে পানী
- গেট খনৰ পানী এৰি দিয়াৰ ব্যৱধান ৩০০০ মিঃমি
- গাঁওবুঢ়াৰ যোগেদি গঞা ৰাইজক সজাগ কৰা হৈছে
- পৰৱৰ্তী জাননী নিদিয়ালৈকে নদীৰ কাষলৈ মানুহ জীৱ জন্তু যোৱাত প্ৰশাসনৰ নিষেধাজ্ঞা