নাৰায়ণপুৰ,৩ জুন : লক ডাউনৰ মাজতে বুধবাৰে নাৰায়ণপুৰত উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ ধন ৷ আৰক্ষীয়ে অভিযান চলাই নিৰ্মল শইকীয়া নামৰ যুৱকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ১৯.৫০ লাখ টকা ৷
নাৰায়ণপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ ধন - Sports shop
নাৰায়ণপুৰত বৃহৎ পৰিমাণৰ ধন জব্দ। গুৱাহাটীৰ এখন ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ধনখিনি চুৰি কৰাৰ সন্দেহ।

Money recoverd in lakhimpur narayanpur
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,যুগল কিশোৰ আগৰৱালাই গুৱাহাটী আঠগাঁৱস্থিত ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা চুৰি কৰিছিল বৃহৎ পৰিমাণৰ ধনখিনি ৷ উল্লেখযোগ্য যে,নাৰায়ণপুৰৰ নিৰ্মল শইকীয়াই ২০১৬ চনৰ পৰা আগৰৱালা স্পাৰ্টছৰ দোকানত কৰ্মৰত আছিল ৷