- ধাৰাষাৰ বৰষুণৰ মাজতে লখিমপুৰত অঘটন
- ব্ৰজপাত পৰি থিতাতে দুজন লোকৰ মৃত্যু
- লালুকৰ গড়মূৰত সংঘটিত হৈছে এই ঘটনা
- পথাৰত হাল বাই থাকোতে মৃত্যু হয় লোক দুজনৰ
- নিহত এজনৰ নাম ফ্ৰান্সিছ টাংগাৰি আনজন দীপক চাংগা
- পুৱা ধাৰাষাৰ বৰষুণৰ মাজতে পথাৰত হাল বাবলৈ গৈছিল দুয়ো লখিমপুৰত ব্ৰজপাত পৰি থিতাতে দুজন
লখিমপুৰত ব্ৰজ পৰি থিতাতে দুজন - LALUK
লালুকৰ গড়মূৰত সংঘটিত হৈছে এই ঘটনা পথাৰত হাল বাই থাকোতে মৃত্যু হয় লোক দুজনৰ

লখিমপুৰত ব্ৰজ পৰি থিতাতে দুজন
Last Updated : Jul 5, 2019, 2:24 PM IST