- লখিমপুৰ নাওবৈছাৰ ৰাজ আলীত চাঞ্চল্যকৰ ঘটনা
- নিজ পত্নীক হত্যা কৰাৰ অভিযোগ শিক্ষক দিপেন তালুকদাৰৰ বিৰুদ্ধে
- পৰিয়ালৰ সৈতে পত্নীক হত্যা কৰাৰ অভিযোগ দিপেন তালুকদাৰৰ বিৰুদ্ধে
- হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা,মৃত পত্নীৰ পৰিয়ালৰ অভিযোগ
- চাৰি মাহ পূৰ্বৰে পৰা পত্নীৰ ওপৰত চলাই আহিছিল অকথ্য নিৰ্যাতন
- মহিলাৰ পৰিয়ালৰ লগতে স্থানীয় লোকে ঘেৰাও কৰিলে অভিযুক্তৰ বাসগৃহ
- ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তৰ মাতৃ আৰু ভগ্নীক
- ঘটনা পোহৰলৈ অহাৰ পিছতে পলাতক অৱস্থাত আছে অভিযুক্ত দিপেন তালুকদাৰ
- জোনাইৰ মূৰ্কক চেলেঙত শিক্ষকতা কৰ্মত নিয়োজিত দিপেন তালুকদাৰ লখিমপুৰত পত্নীহন্তা শিক্ষকৰ বিৰুদ্ধে উলাই আহিল ৰাইজ
লখিমপুৰত পত্নীহন্তা শিক্ষকৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ - জোনাইৰ মূৰ্কক চেলেঙ
১২ বছৰীয়া প্ৰেমৰ অন্তত হত্যা ৷ আৰক্ষী,ৰাইজক সাক্ষী কৰি পত্নী মৰ্যাদা দিম বুলি কোৱা শিক্ষক স্বামীয়ে হত্যা কৰিলে পত্নীক ৷
![লখিমপুৰত পত্নীহন্তা শিক্ষকৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4397578-373-4397578-1568123538258.jpg)
লখিমপুৰত পত্নীহন্তা শিক্ষকৰ বিৰুদ্ধে উলাই আহিল ৰাইজ
Last Updated : Sep 10, 2019, 7:55 PM IST