লখিমপুৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা - ETV BHARAT
লখিমপুৰৰ নাওবৈচাৰ মাধৱপুৰত শুকুৰবাৰে পুৱা ৯.৩০ বজাত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িওৱা অট'ৰিক্সা এখন ডাম্পাৰে মহতিয়াই নিয়ে । কথমপি প্ৰাণৰক্ষা পৰে ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাজনো যাত্ৰীৰ ।
![লখিমপুৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3110501-thumbnail-3x2-road-2.jpg)
LAKHIMPUR ACCIDENT
* লখিমপুৰৰ নাওবৈচাত ডাম্পাৰ চালকৰ দৌৰাত্ম
* মাধৱপুৰ নামৰ অঞ্চলত ভয়ঙ্কৰ পথ দুৰ্ঘটনা