অসম

assam

পৰম্পৰাগত পোছাকেৰে লখিমপুৰত প্ৰতিবাদ

By

Published : Dec 14, 2019, 2:14 PM IST

আনহাতে জিলাখনত বৰ্তমানো প্ৰশাসনে সান্ধ্য আইনৰ লগতে ফ্লেগ মাৰ্চ অব্যাহত ৰাখিছে ৷ ফলত লখিমপুৰবাসীৰ দৈনন্দিন জীৱন যাত্ৰাত ব্যাঘাত জন্মিছে ৷

লখিমপুৰ
সংশোধনী আইন বিৰোধী প্ৰতিবাদ

লখিমপুৰ, 14 ডিচেম্বৰ:ৰাজ্যত বৰ্তমানো অব্যাহত আছে সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ শনিবাৰে আইনখনৰ বিৰোধীতাৰে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে লখিমপুৰবাসীয়ে ৷ সম্পূৰ্ণ পৰম্পৰাগত সাজ পোছাকেৰে তাল বজাই, নাম প্ৰসঙ্গ কৰি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে ৷

সংশোধনী আইন বিৰোধী প্ৰতিবাদ

আনহাতে জিলাখনত বৰ্তমানো প্ৰশাসনে সান্ধ্য আইনৰ লগতে ফ্লেগ মাৰ্চ অব্যাহত ৰাখিছে ৷ ফলত দৈনন্দিন জীৱন যাত্ৰাত ব্যাঘাত জন্মিছে লখিমপুৰবাসীৰ ৷ সংশোধনী আইন বিৰোধী প্ৰতিবাদে তীব্ৰ ৰূপ লোৱাৰ পিচতে ৰাজ্যৰ প্ৰায় কেইখন জিলাতে প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিছিল ৷

ABOUT THE AUTHOR

...view details