অসম

assam

By

Published : Nov 2, 2020, 10:13 PM IST

ETV Bharat / state

লখিমপুৰৰ বিধায়ক উৎপল দত্তক ঘূণাসুঁতিত পহুখেদা

কিছুদিনৰ পূৰ্বে ঘূণাসুঁতিত বানাক্ৰান্ত ৰাইজক বিধায়কজনে অসৎ ব্যৱহাৰ কৰাৰ ভিডিঅ' ছছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৷ বানাক্ৰান্তক চৰিয়াম, চোঁচৰাই লৈ যোৱাৰ ৰাজহুৱাকৈ ধমক দিছিল উৎপল দত্তই ৷ তাৰ পিছত বিধায়ক উৎপল দত্তক ক্ষমা খোজাৰ দাবী জনাইছিল মিচিং সংগঠন সমূহে ৷

lakhimpur-mla-stoped-at-lakhimpura
লখিমপুৰৰ বিধায়ক উৎপল দত্তক ঘুনাসুঁতি পহুখেদা

নাওবৈচা, ২ নৱেম্বৰ : মিছিং জনগোষ্ঠীয় তিনি জাতীয় সংগঠন TMPK, MMK, TMMKৰ শতাধিক কৰ্মীয়ে ঘেৰাও কৰিলে লখিমপুৰ বিধানসভা সমষ্টিৰ অগপৰ বিধায়ক উৎপল দত্তক। কিছুদিনৰ পূৰ্বে ঘূণাসুঁতিত বানাক্ৰান্ত ৰাইজক বিধায়কজনে অসৎ ব্যৱহাৰ কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ৷

লখিমপুৰৰ বিধায়ক উৎপল দত্তক ঘূণাসুঁতিত পহুখেদা

বানাক্ৰান্তক চৰিয়াম, চোঁচৰাই লৈ যোৱাৰ ৰাজহুৱাকৈ ধমক দিছিল উৎপল দত্তই ৷ তাৰ পিছত বিধায়ক উৎপল দত্তক ক্ষমা খোজাৰ দাবী জনাইছিল মিচিং সংগঠন সমূহে ৷ কিন্তু উৎপল দত্তই খোজা নাছিল ক্ষমা ৷ সেয়েহে সোমবাৰে উৎপল দত্তক ঘূণাসুঁতিত প্ৰৱেশ কৰাত বাধা দি প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন সমূহে।
লগতে পঢ়ক: পত্নী নিৰ্যাতনকাৰীক আৰক্ষীক গতালে ৰাইজে

ABOUT THE AUTHOR

...view details