অসম

assam

ETV Bharat / state

বিনাশ কালে বিপৰীত বুদ্ধিঃমহিলা কনিষ্টবলৰ ৰোষত ই ৰিক্সা চালক - Lakhimpur Lady police beat a boy

যান বাহন আইন ভংগ কৰাৰ বাবে লখিমপুৰৰ মহিলা কনিষ্টবলৰ ৰোষত পৰিল যুৱকজন ৷ NO ENTRYত ই ৰিক্সা সোমোৱাত চালকজনক বাধা প্ৰদান কৰিছিল মহিলা যান-বাহন আৰক্ষীগৰাকীয়ে ৷ কিন্তু বিনাশ কালে বিপৰীত বুদ্ধি,মহিলা আৰক্ষীৰ কথা শুনাৰ বিপৰীতে গুৰু গোসাই নমনা চালকে অসভ্য গালি গালাজ কৰিলে মহিলা যান বাহন আৰক্ষী গৰাকীক। খঙে চুলিৰ আগ পোৱাত মহিলা কনিষ্টবলে ৰাজপথতে উত্তম মধ্যম সোধালে উদণ্ড চালকক।

ই ৰিক্সা চালক
ই ৰিক্সা চালক

By

Published : Mar 14, 2020, 2:35 PM IST

লখিমপুৰত NO ENTRY ত ই ৰিক্সা সোমোৱাই মহিলা যান-বাহন আৰক্ষীৰ ৰোষত এজন ই ৰিক্সা চালক .. চাওঁক এই প্ৰতিবেদন...

মহিলা কনিষ্টবলৰ ৰোষত ই ৰিক্সা চালক

ABOUT THE AUTHOR

...view details