অসম

assam

ETV Bharat / state

কেনেদৰে চলিছে জাপিসজিয়া জলসিঞ্চন বিভাগৰ কাৰ্যালয়! - লখিমপুৰ জিলাৰ জলসিঞ্চন বিভাগ

বিগত তিনি বছৰে কোনোধৰণৰ আঁচনি ৰূপায়ণ হোৱা নাই লখিমপুৰ জিলাৰ জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ পৰা ৷ এই কথা ব্যক্ত কৰে বিভাগটোত কৰ্মৰত বিষয়াই ৷ আনহাতে,কাৰ্যালয়ৰ চৌহদত সাংবাদিক প্ৰৱেশ কৰাৰ লগে লগেই তৎপৰতা বৃদ্ধি কৰ্মচাৰীসকলৰ ৷

Lakhimpur Japisjiya Irrigation Department poor condition
কেনেদৰে চলিছে জাপিসজিয়া জলসিঞ্চন বিভাগৰ কাৰ্যালয়!

By

Published : Feb 7, 2020, 12:54 PM IST

লখিমপুৰ,7 ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ জাপিসজিয়াস্থিত জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা ৷ শীতৰ ৰ‘দৰ আমেজ লৈ সময় পাৰ কৰিছে বিভাগটোৰ কৰ্মচাৰীয়ে ৷ কাৰ্যালয়ৰ চৌহদত সাংবাদিক প্ৰৱেশ কৰাৰ লগে লগেই তৎপৰতা বৃদ্ধি কৰ্মচাৰীসকলৰ ৷

কেনেদৰে চলিছে জাপিসজিয়া জলসিঞ্চন বিভাগৰ কাৰ্যালয়!

উল্লেখ্য যে, বিগত তিনি বছৰে কোনোধৰণৰ আঁচনি ৰূপায়ণ হোৱা নাই লখিমপুৰ জিলাৰ জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ পৰা ৷ এই কথা ব্যক্ত কৰে বিভাগটোত কৰ্মৰত বিষয়াই ৷ যাৰ ফলত এতিয়া এনেদৰেই সময় পাৰ কৰিছে কৰ্মচাৰীসকলে ৷ এতিয়া প্ৰশ্ন হয় প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ শ্ল’গান দিয়া শাসনাধীন চৰকাৰখনে ক্ৰমাৎ ধ্বংসস্তুপত পৰিণত হ’বলৈ ধৰা এই বিভাগটো কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে ৷

লগতে পঢ়ক-মহিলাৰ সুৰক্ষাৰ বাবে বিশেষ হাতমোজা উদ্ভাৱন ধেমাজিৰ যুৱ বিজ্ঞানীৰ

ABOUT THE AUTHOR

...view details