লখিমপুৰ, 14 মে': দিল্লীৰ পৰা ৰে'লযোগে ডিব্ৰুড়ত উপস্থিত হোৱা যাত্ৰীক পৰীক্ষাৰ অন্তত পঠিওৱা হ'ব নিজ নিজ জিলালৈ । ৰে'লযোগে আহিছে লখিমপুৰৰো বহু যাত্ৰী । ৰে'লেৰে ডিব্ৰুগড়ত উপস্থিত হোৱা যাত্ৰী সকলক বাছেৰে লখিমপুৰলৈ আনিব জিলা প্ৰশাসনে ।
লখিমপুৰত বহিঃৰাজ্যৰ যাত্ৰীসকলক আদৰিবলৈ সাজু স্বাস্থ্য বিভাগ - lakhimpur health dept.
ৰে'লযোগে দিল্লীৰ পৰা আহি থকা লখিমপুৰৰ যাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব, লখিমপুৰৰ প্ৰৱেশ পথত থকা সোৱণশিৰী মহাবিদ্যালয়ত ।
![লখিমপুৰত বহিঃৰাজ্যৰ যাত্ৰীসকলক আদৰিবলৈ সাজু স্বাস্থ্য বিভাগ lakhimpur health dept. ready to welcome the passengers coming from delhi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7192388-84-7192388-1589449365663.jpg)
lakhimpur health dept. ready to welcome the passengers coming from delhi
লখিমপুৰত বহিঃৰাজ্যৰ যাত্ৰীসকলক আদৰিবলৈ সাজু স্বাস্থ্য বিভাগ
লখিমপুৰলৈ বহিঃৰাজ্যৰ পৰা অহা প্ৰতিজন যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰি swab সংগ্ৰহ কৰা হ'ব । জিলাখনত ডিব্ৰুগড়ৰ পৰা প্ৰবেশ কৰা প্ৰতিজন যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব, লখিমপুৰৰ প্ৰবেশ পথত থকা সোৱণশিৰী মহাবিদ্যালয়ত । মহাবিদ্যালয় খনত পৰীক্ষা সম্পন্ন হোৱাৰ পিচতে কোৱাৰেণ্টাইন কৰা হ'ব যাত্ৰী সকলক ।
লগতে পঢ়কঃলক্ ডাউনঃ আৰ্থিক সংকটত অসমৰ দেৱালয় তথা তীৰ্থস্থান সমূহ !