অসম

assam

ETV Bharat / state

লখিমপুৰত বিজেপিৰ প্ৰদান বৰুৱাৰৰ বিপৰীতে কংগ্ৰেছৰ অনিল বৰগোঁহাই - সোৱণসিৰি জলবিদ্যুৎ প্ৰকল্প

বানপানীৰ সমস্যা, নিৱনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ওলাই আহিছে কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাই

লক্ষীমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাই

By

Published : Mar 22, 2019, 11:18 AM IST

লক্ষীমপুৰ,২২মাৰ্চ: লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে দল-সংগঠনসমূহ । এইবাৰ ১৪ নং লক্ষীমপুৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰূপে নিৰ্বাচনী যুজঁত প্ৰথমবাৰৰ কাৰণে অৱতীৰ্ণ হ'ব অনিল বৰগোঁহাই । লক্ষীমপুৰ লোকসভা সমষ্টিটোত থকা নিৱনুৱা সমস্যা, বানপানী সমস্যা পূৰণৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হ'ব কংগ্ৰেছৰ প্ৰাৰ্থীজন । ইপিনে অসমত সোৱণসিৰি জলবিদ্যুৎ প্ৰকল্প, বাংলাদেশী সমস্যাকে ধৰি বহুকেইটা সমস্যা সমাধানৰ কথা কৈ বিগত নিৰ্বাচনত চৰকাৰ গঠন কৰা নৰেন্দ্ৰ মোদী আৰু অমৃত শ্বাহক কটু সমোলেচনা কৰিলে ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত অনিল বৰগোঁহাইয়ে ।

অনিল বৰগোঁহাই সৈতে আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details