লখিমপুৰ,25ছেপ্তেম্বৰঃ লখিমপুৰত কংগ্ৰেছ-অগপৰ ভেটিত ব্যাপক খহনীয়া। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল সমূহ । তাৰ মাজতে শুকুৰবাৰে লখিমপুৰ জিলাত ভাৰতীয় জনতা পাৰ্টিৰ ভাতৃ সংগঠন চাহ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত শাসনাধিষ্ঠ বিজেপি দলত যোগদান কৰে কংগ্ৰেছ-অগপৰ শতাধিক কৰ্মী-সমৰ্থকে ।
লখিমপুৰত বিজেপিত যোগদান কংগ্ৰেছ-অগপৰ শতাধিক কৰ্মী-সমৰ্থকৰ - চাহ মৰ্চাৰ উদ্যোগত
ভাৰতীয় জনতা পাৰ্টিৰ ভাতৃ সংগঠন চাহ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত শাসনাধিষ্ঠ বিজেপি দলত যোগদান কৰে কংগ্ৰেছ-অগপৰ শতাধিক কৰ্মী-সমৰ্থকে ।

লখিমপুৰত বিজেপিত যোগদান কংগ্ৰেছ-অগপৰ শতাধিক কৰ্মী-সমৰ্থকৰ
লখিমপুৰত বিজেপিত যোগদান কংগ্ৰেছ-অগপৰ শতাধিক কৰ্মী-সমৰ্থকৰ