- লখিমপুৰ জিলাৰ ঢেকিয়াজুলিত উত্তপ্ত পৰিস্থিতি
- মাধৱদেৱৰ তিথিৰ পৰা উভতাৰ সময়তে এগৰাকী ৮২ বছৰীয়া বৃদ্ধক হত্যাৰ চেষ্টা
- দাৰে ঘপিয়াই হত্যাৰ চেষ্টা এটি কিশোৰৰ
- দাৰ ঘাপত গুৰুতৰ বাবে আহত গোপাল ভূঞা নামৰ লোকজন
- বৈষ্ণৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ ঋঅৱসৰপ্ৰাপ্ত শিক্ষক আছিল গোপাল ভূঞা
- উত্তেজিত ৰাইজে জ্বলাই দিলে ঘটনা সংঘটিত কৰা কিশোৰৰ ঘৰ
- ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই
- বৰ্তমান পলাতক অৱস্থাত আছে ঘটনা সংঘটিত কৰা উৎপল দত্ত নামৰ কিশোৰজন
- কি কাৰণত এই ঘটনা সংঘটিত কৰিলে জানিব পৰা হোৱা নাই
লখিমপুৰত 82 বছৰীয়া বৃদ্ধক দাৰে ঘপিয়ালে কিশোৰে - গুৰুত্বৰ বাবে আহত গোপাল ভূঞা
জিলাখনৰ ঢেকিয়াজুলিৰ বৈষ্ণৱপুৰত সংঘটিত হ'ল এক ঘটনা ৷

লখিমপুৰত ৰোমহৰ্ষক ঘটনা: 82 বছৰীয়া বৃদ্ধক দাৰ ঘাপ কিশোৰৰ
লখিমপুৰত ৰোমহৰ্ষক ঘটনা: 82 বছৰীয়া বৃদ্ধক দাৰ ঘাপ কিশোৰৰ