লখিমপুৰ,4 ফেব্ৰুৱাৰীঃ মঙলবাৰে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল হয় লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ৷ চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, মাটিৰ পত্তা প্ৰদান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিকে ধৰি কেইবাটাও দাবীৰে বৃহৎ প্ৰতিবাদী সমদল উলিয়ায় আদিবাসী ছাত্ৰ সন্থাই ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সুবিধা লাভ কৰা নাই চাহ শ্ৰমিকসকলে ৷ সেয়েহে ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে চৰকাৰক চাহ শ্ৰমিকৰ সকলো সমস্যা দূৰ কৰাৰ আহ্বান ছাত্ৰ সংগঠনটোৰ ৷
লখিমপুৰত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - লখিমপুৰ আদিবাসী ছাত্ৰ সন্থা প্ৰতিবাদ
মঙলবাৰে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল হয় লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সুবিধা লাভ কৰা নাই চাহ শ্ৰমিকসকলে ৷
লখিমপুৰত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ