লখিমপুৰ,23 মেঃ দিহিং পাটকাই হস্তী বনাঞ্চলত কেন্দ্ৰীয় চৰকাৰে কয়লাৰ মুক্ত খননৰ বাবে দিয়া অনুমতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে প্ৰকৃতিপ্ৰেমীসকল । জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল সংগঠন, ছাত্ৰ সমাজ আৰু বুদ্ধিজীৱি । বনাঞ্চলখন সংৰক্ষণৰ দাবীত দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ । হাতে হাতে প্লেকাৰ্ড লৈ দিহিং পাটকাইক সংৰক্ষণৰ দাবী উত্থাপন কৰে সংগঠনটোৰ সদস্যসকলে ।
লখিমপুৰত দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ প্ৰতিবাদ ছাত্ৰ সন্থাৰ - দিহিং পাটকাই কয়লাৰ মুক্ত খনন বাতৰি
দিহিং পাটকাই হস্তী বনাঞ্চলৰ সংৰক্ষণৰ দাবীত দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ । হাতে হাতে প্লেকাৰ্ড লৈ দিহিং পাটকাইক সংৰক্ষণৰ দাবী উত্থাপন কৰে সংগঠনটোৰ সদস্যসকলে ।

লখিমপুৰত দিহিং পাটকাই কয়লাৰ মুক্ত খননৰ প্ৰতিবাদ ছাত্ৰ সন্থাৰ
লখিমপুৰত দিহিং পাটকাই কয়লাৰ মুক্ত খননৰ প্ৰতিবাদ ছাত্ৰ সন্থাৰ
অসম আৰু অসমীয়াৰ স্বাভিমান দিহিং পাটকাইক ধ্বংসৰ গৰাহলৈ পৰ্যবসিত কৰিব বিচৰা বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে সংগঠনটোৰ সদস্যসকলে ।