নাওবৈছা, 20 ছেপ্তেম্বৰ: লখিমপুৰৰ নাওবৈচাত অঘটন ৷ নাওবৈচা মহাবিদ্যালয়ৰ COVID কেয়াৰ কেন্দ্ৰৰ খাদ্যত ওলাল পোক, চুলি ৷ যাক লৈ সমগ্ৰ কেন্দ্ৰটোতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কেন্দ্ৰটোত দৈনিত নিম্ন মানদণ্ডৰ খাদ্য প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে চিকিৎসাধীন ৰোগীসকলে ৷
নাওবৈচাৰ কেয়াৰ কেন্দ্ৰৰ খাদ্যত পোক, চুলি