অসম

assam

By

Published : Mar 16, 2020, 2:57 AM IST

ETV Bharat / state

নাওবৈচা দ'লহাটত আদিবাসী ছাত্র সন্থাৰ 'গণ হুংকাৰ' কাৰ্যসূচী

প্ৰায় পাঁচ সহস্ৰাধিক আদিবাসী জনতাৰ সমাৱেশেৰে নাওবৈচাৰ দ'লহাটত অনুষ্ঠিত 'গণ হুংকাৰ' কাৰ্যসূচী ৷ চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ক লৈ ৰূপায়ন কৰে এই কাৰ্যসূচী ৷

আদিবাসী ছাত্র সন্থাৰ গণ হুংকাৰ কাৰ্যসূচী
আদিবাসী ছাত্র সন্থাৰ গণ হুংকাৰ কাৰ্যসূচী

দ'লহাট, 15 মাৰ্চঃনাওবৈচাৰ দ'লহাটত প্ৰায় পাঁচ সহস্ৰাধিক আদিবাসী জনতাৰ সমাৱেশেৰে অনুষ্ঠিত 'গণ হুংকাৰ' কাৰ্যসূচী ৷ দ'লহাট চাহ বাগিছা খেলপথাৰত আদিবাসী ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে এই কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ দ্বাৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ বিভিন্ন চাহ বাগিছাৰ পৰা অহা সহস্ৰাধিক লোকে ৷ চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ক লৈ ৰূপায়ন কৰে এই কাৰ্যসূচী ৷ 2021 চনৰ ভিতৰত যদি আদিবাসী লোকসকলক জনজাতিৰ মৰ্যদা প্ৰদান নকৰে তেন্তে তেওঁলোকে অনাগত দিনত ভয়াৱহ আন্দোলন কাৰ্যসূচী হাতত ল'ব বুলি সকিয়াই দিয়ে প্ৰতিবাদৰ যোগেৰে ৷

নাওবৈচা দ'লহাটত আদিবাসী ছাত্র সন্থাৰ 'গণ হুংকাৰ'

ABOUT THE AUTHOR

...view details