অসম

assam

ETV Bharat / state

ধলপুৰৰ ঠাকুৰদলনিত খাদ্যত বিষক্ৰিয়াৰ হৈ চিকিৎসাধীন অৰ্ধশতাধিক - etv bharat

শুকুৰবাৰে লখিমপুৰ জিলাৰ ধলপুৰৰ ঠাকুৰদলনি অঞ্চলত সংঘটিত হয় এই ঘটনা ৷ সম্প্ৰতি ধলপুৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে অসুস্থসকল ৷

ধলপুৰৰ ঠাকুৰদলনিত খাদ্যত বিষক্ৰিয়াৰ ঘটনা

By

Published : Oct 5, 2019, 5:43 PM IST

বিহপুৰীয়া, 5 অক্টোবৰ:লখিমপুৰৰ ধলপুৰত সংঘটিত খাদ্যত বিষক্ৰিয়াৰ ঘটনা ৷ শুকুৰবাৰে ধলপুৰৰ ঠাকুৰদলনি অঞ্চলত সংঘটিত হয় এই ঘটনা ৷ সম্প্ৰতি ধলপুৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে অসুস্থসকল ৷ বহুকেইজন লোকক ৰাতিয়েই চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে শনিবাৰে পুৱা চিকিৎসালয়লৈ অনা হয় অধিকাংশ লোকক ৷ ইয়াৰে নালিয়া বৰুৱা নামৰ লোকজনৰ অৱস্থা সংকতজনক ৷ উন্নত চিকিৎসাৰ বাবে কেথলিক হস্পিতাল আৰু উত্তৰ লখিমপুৰলৈ প্ৰেৰণ বহুকেইজন আক্ৰান্তক ৷

ধলপুৰৰ ঠাকুৰদলনিত খাদ্যত বিষক্ৰিয়াৰ ঘটনা

উল্লেখ্য যে, অঞ্চলটোৰ ৰাতুল শইকীয়া নামৰ লোকজনৰ ঘৰত শুকুৰবাৰে নিশা গীতাপাঠৰ প্ৰসাদ খায় অসুস্থ প্ৰায় অৰ্ধশতাধিক লোক ৷

ABOUT THE AUTHOR

...view details