- লখিমপুৰত সংঘটিত হয় এক অগ্নিকাণ্ড
- লখিমপুৰ চাপৰি গাঁৱত সংঘটিত হয় এই ঘটনাটো
- দিলোৱাৰ আনছাৰি নামৰ লোক জনৰ বাসগৃহত সংঘটিত হয় এই দুৰ্ঘটনাটো
- অগ্নিকাণ্ডত নাজিমা বেগম নামৰ এগৰাকী মহিলাৰ মৃত্যু
- চিলিণ্ডাৰৰ পৰাই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে
- অগ্নিকাণ্ডত সম্পূৰ্ণভাৱে জাহ যায় ঘৰখন লখিমপুৰত অগ্নিদগ্ধ হৈ মৃত্যু মহিলাৰ
লখিমপুৰত অগ্নিদগ্ধ হৈ মৃত্যু মহিলাৰ - অগ্নিদগ্ধ
লখিমপুৰত বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত মৃত্যু হয় নাজিমা বেগম নামৰ এগৰাকী মহিলাৰ ৷
![লখিমপুৰত অগ্নিদগ্ধ হৈ মৃত্যু মহিলাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4149854-thumbnail-3x2-l.jpg)
লখিমপুৰত অগ্নিদগ্ধ হৈ মৃত্যু মহিলাৰ