ETV Bharat / state
Fire at Bihpuria: অগ্নিকাণ্ডত দোকানসহ এজন ভস্মীভূত হোৱাৰ সন্দেহ - Fire at Bihpuria
লখিমপুৰ জিলাৰ বিহপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড (Fire at Bihpuria) ৷ বিহপুৰীয়াৰ সন্তপুৰ পাঁচআলিত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত প্ৰায় ৪ খনকৈ দোকান ভস্মীভূত ৷
![Fire at Bihpuria: অগ্নিকাণ্ডত দোকানসহ এজন ভস্মীভূত হোৱাৰ সন্দেহ Fire at Bihpuria Man suspected to burnt down along with shop](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-17050265-thumbnail-3x2-hjdgj.jpg)
বিহপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড, দোকানসহ এজন ভস্মীভূত হোৱাৰ সন্দেহ
By
Published : Nov 28, 2022, 9:56 AM IST
| Updated : Nov 28, 2022, 10:11 AM IST
- লখিমপুৰ জিলাৰ বিহপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড(Fire at Bihpuria)
- বিহপুৰীয়াৰ সন্তপুৰ পাঁচআলিত সংঘটিত হয় এই অগ্নিকাণ্ড
- অগ্নিকাণ্ডত প্ৰায় ৪ খনকৈ দোকান ভস্মীভূত
- ৰমেশ গগৈ নামৰ এজন লোক শুই থকা অৱস্থাত দোকানসহ ভস্মীভূত হোৱাৰ সন্দেহ
অগ্নিকাণ্ডত দোকানসহ এজন ভস্মীভূত হোৱাৰ সন্দেহ
Last Updated : Nov 28, 2022, 10:11 AM IST