অসম

assam

By

Published : Jun 4, 2019, 9:42 PM IST

ETV Bharat / state

লখিমপুৰত আৰক্ষীৰ জালত মুন্নাভাই

লখিমপুৰৰ একাংশ সংগঠনৰ তৎপৰতাত মঙলবাৰে আৰক্ষীয়ে আটক কৰে ভুৱা চিকিৎসক এছ কে কৰ্মকাৰক । দীৰ্ঘদিনৰে পৰা ভুৱা চিকিৎসক কৰ্মকাৰে নিউ মাতৃ ক্লিনিক নামৰ ফাৰ্মাচীখনত চলাই আহিছিল চিকিৎসা ।

আৰক্ষীয়ে আটক কৰিলে ভূৱা চিকিৎসক

লখিমপুৰ, ৪ জুনঃ লখিমপুৰত লিলাবাৰী ৰোডৰ পৰা আৰক্ষীয়ে আটক কৰিলে এজন ভুৱা চিকিৎসক । ধৃত চিকিৎসকজনৰ নাম এছ কে কৰ্মকাৰ ।

লখিমপুৰৰ বিভিন্ন অঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ভূৱা ফাৰ্মাচী । ভুৱা অনুজ্ঞাপত্ৰৰে ফাৰ্মাচী খুলি বিভিন্ন জটিল ৰোগৰ চিকিৎসা চলাই আহিছে একাংশ ভুৱা চিকিৎসকে । লখিমপুৰৰ একাংশ সংগঠনৰ তৎপৰতাত মঙলবাৰে আৰক্ষীয়ে আটক কৰে ভুৱা চিকিৎসক এছ কে কৰ্মকাৰক । দীৰ্ঘদিনৰে পৰা ভুৱা চিকিৎসক কৰ্মকাৰে নিউ মাতৃ ক্লিনিক নামৰ ফাৰ্মাচীখনত চলাই আহিছিল চিকিৎসা ।

আৰক্ষীয়ে আটক কৰিলে ভূৱা চিকিৎসক

লগতে আন এটা বাতৰি- বিজনীত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details