অসম

assam

By

Published : Jun 26, 2019, 6:42 AM IST

ETV Bharat / state

নাওবৈচাৰ অংগনৱাড়ী কেন্দ্ৰত ম্যাদ ওকলা খাদ্য বিতৰণ

২০১০ চনৰ ২০ মে'ত উৎপাদিত চাতুগুৰিৰ পেকেট ম্যাদ ওকলি যোৱাৰ প্ৰায় আঠ বছৰৰ পাচত প্ৰদান কৰা হৈছে নাওবৈচা খণ্ড সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ গোঁহাইগাঁও সোনতলি চুকৰ শিশু আৰু মাতৃক ।

নাওবৈচাৰ অংগনৱাড়ী কেন্দ্ৰত ম্যাদ ওকলা খাদ্য বিতৰণ


লখিমপুৰ,26 জুন:শিশু, প্ৰসূতি আৰু গৰ্ভৱতী মাতৃক পুষ্টিকৰ আহাৰ যোগানৰ নামত লখিমপুৰৰ নাওবৈচাত ম্যাদ ওকলা খাদ্য বিতৰণ ৷ পুষ্টিকৰ খাদ্যৰ নামত নাওবৈচা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা অংগনৱাড়ী কেন্দ্ৰত বিতৰণ এই খাদ্য ৷ ফলত অংগনাবাড়ী কেন্দ্ৰ ত্যাগ শংকিত শিশু-মহিলাৰ ।

নাওবৈচাৰ অংগনৱাড়ী কেন্দ্ৰত ম্যাদ ওকলা খাদ্য বিতৰণ
উল্লেখ্য যে, ২০১০ চনৰ ২০ মে'তে উৎপাদিত চাতুগুৰিৰ পেকেটৰ ম্যাদ ওকলি যোৱাৰ প্ৰায় আঠ বছৰৰ পাচত প্ৰদান কৰা হৈছে নাওবৈচা খণ্ড সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ গোঁহাইগাঁও সোনতলি চুকৰ শিশু আৰু মাতৃক । এতিয়া প্ৰশ্ন হয়, পুষ্টিকৰ খাদ্যৰ নামত ম্যাদ ওকলি যোৱা খাদ্য যোগানেৰে শিশু, প্ৰসূতি আৰু গৰ্ভৱতী মহিলাৰ জীৱনক লৈ হেতালি খেলিছে নেকি চৰকাৰে ?

ABOUT THE AUTHOR

...view details