অসম

assam

ETV Bharat / state

লখিমপুৰত অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰশাসনৰ হাতোৰা - 60 খন অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠান

লখিমপুৰত 60 খন অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠানত জিলা প্ৰশাসনৰ উচ্ছেদ

লখিমপুৰত অবৈধ ব্যৱসায়িক প্ৰতিস্থান উচ্ছেদ

By

Published : Sep 7, 2019, 3:26 PM IST

Updated : Sep 7, 2019, 4:51 PM IST

লখিমপুৰ, 7 ছেপ্টেম্বৰঃশনিবাৰে জিলা প্ৰশাসনে লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত অবৈধ ভাবে গঢ়ি উঠা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতউচ্ছেদ অভিযানচলায়৷ জানিব পৰা মতে প্ৰশাসনে এমাহ পূবে জাননী জাৰি কৰাৰ পাচত এই উচ্ছেদ অভিযান চলায়৷

উল্লেখ্য যে এই পথটো লীলাবাৰীৰ বিমান বন্দৰলৈ যোৱা একমাত্ৰ পথ আৰু সদা ব্যস্ত এই পথটোত চিকিৎসালয়ৰ লগতে বহু কেইখন বিদ্যালয় আছে । এই ৰাজপথটোৰ কাষত অবৈধ ভাবে গঢ়ি উঠা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে বহু যান-জঁটৰ সৃষ্টি কৰিছিল৷ যাৰ ফলত ৰোগীয়ে আদবাটতে মৃত্যু বৰণ কৰিব লগীয়া হয়৷যাৰ ফলশ্ৰুতিত শনিবাৰে প্ৰশাসনে 60 খন অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠানতএনেদৰে উচ্ছেদ অভিযান চলায় ৷

লখিমপুৰত অবৈধ ব্যৱসায়িক প্ৰতিস্থান উচ্ছেদ
Last Updated : Sep 7, 2019, 4:51 PM IST

ABOUT THE AUTHOR

...view details